Flame of forest”… নামটো শুনিলেই কিবা এক অবুজ মাদকতা অনুভৱ হয় …অসমীয়াত কোৱা হয় “পলাশ”…অৰণ্যত জিলিকি থকা পলাশ যেন এক জুইৰ শিখা…
উদ্ভিদ বিজ্ঞানৰ ভাষাত “Butea monosperma”
কবিতাৰ ভাষাত পলাশ জোপা যেন আৰু প্ৰাণৱন্ত হৈ পৰে…
“ফাগুনৰ ছন্দে ছন্দে
এটি কবিতাৰ ভাজে ভাজে
ৰুণুক-জুনুক সৰা পাতে গুণ গুনাই
তাকে দেখি পলাশে নাচে,
এই দিন, পলাশ ৰঙীণ
মনৰ ছন্দে ছন্দে তুলিলে শিহৰণ
পলাশৰ ৰঙৰ পৰশে,
যেন মন চুই যোৱা এজাক ফাগুণ…”
পলাশৰ ফূলতেই মৌৰ সন্ধানত উৰি ফূৰা মৌৱে বিচাৰি ফুৰা “Blue halo” ৰ ৰহস্য আকৌ পলাশৰ ফূলৰ petalত থকা সম্ভাব্য “Nanostructure”. সচাই সৃস্তিৰ ৰহস্য…




Tell us about your thoughtsWrite message