প্ৰকৃতিৰ কোলাত এতিয়া আনন্দৰে ফুলি থকা “ভাটৌ ফুল”ৰ অৰণ্য অলংকৰণত অৱদান অনন্য । বিজ্ঞানৰ ভাষাত Papilionanthe teres । সৰু-বৰ বিৰিখৰ ডালে ডালে সিচৰিত ভাটৌ ফুলৰ মোহময়ী গুলপীয়া বৰণটোৱে দুৰৈৰ পৰাই দৃষ্টি আকৰ্ষণ কৰে। বহাগ হৈ পৰিল আকৌ জাতিষ্কাৰ ….

Tell us about your thoughtsWrite message