(5)#প্ৰকৃতিৰ_অলংকাৰ

এজাৰ আৰু কাকডোঙা..এক চিৰকালৰ সম্পৰ্ক । এজাৰ (Lagerstoemia speciosa) ফুলাৰ লগে লগে বসন্তপৰশা কাকডোঙা মুখৰ হৈ পৰে । আজন্ম বন্ধু এজাৰৰ আগমনে ছন্দোময় কৰি তোলা কাকডোঙা যেন আনন্দত বিভোৰ হৈ পৰে । এতিয়া আছে তাত আকাশ বেঙুনীয়া কৰা এজাৰৰ চপলতা আৰু অৰণ্যৰ প্ৰেমভৰা মাদকতা । মাজে মাজে দুয়ো পাৰ সেউজ কৰা সুকোমল ঘাহৰ দলিচা । এজাৰৰ বেঙুনীয়া চাদৰৰ ওৰণিৰ মাজেৰে বাটৰুৱাৰ মন ভুলোৱা মনমোহিনী কাকডোঙা…

Tell us about your thoughtsWrite message

Your email address will not be published. Required fields are marked *

Back to Top
Back to Top
Close Zoom
Copyright © 2023. Warning-Copy of any content,images is not allowed by the owner.